class 9 science assamese medium chapter 4

বল আৰু গতি বিশয়ক সূত্ৰ সমূহ - অধ্যায় ৯

Class 9 assamese medium science chapter 4: নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, EduAid য়ে তোমালোকৰ বাবে বিজ্ঞান বিষয়ৰ পাঠ্যপুথিৰ প্ৰশ্নৱালী সমূহৰ সমাধান প্ৰস্তুত কৰি উলিয়াইছে। আশা কৰো তোমালালোক ইয়াৰ দ্ৱাৰা উপকৃত হ’বা ।
Subject matter experts of EduAid has ardently given all the efforts to prepare the solutions fo you. You can navigate through these solutions using the table of content given below. 

In this article, we have brought the solutions for the first chapter of your Science text book. The first chapter of Science for class 9 in Assamese is : অনু আৰু পৰমাণু।

পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ

1. মহাকর্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা।
উত্তৰঃ বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকর্ষণ কৰে, এই আকর্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ
মাজৰ বৰ্গৰ ব্যস্তানুপাতিক। এই বল, বস্তু দুটাৰ কেন্দ্র সংযােগী ৰেখাৰ দিশত ক্রিয়াশীল হয়। অর্থাৎ, F=GMm/d

2. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকর্ষণিক বলৰ মান নির্ণয় কৰা সূত্ৰটো লিখা।

উত্তৰঃ ধৰাহ’ল, F বলে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা বস্তু এটাৰ ওপৰত ক্রিয়া কৰিছে। গতিকে, পৃথিৱীৰ ভৰ হ’ব M আৰু বস্তুটোৰ ভৰ হ’ব m। এতেকে পৃথিৱী আৰু বস্তুটোৰ মাজৰ দূৰত্ব উলিওৱা সূত্ৰটো হ’ব- F=GMm/d²

3. মুক্ত অধােগমন মানে কি বুজা?
উত্তৰ: পৃথিৱীয়ে যিকোনাে বস্তুক ইয়াৰ কেন্দ্ৰৰ পিনে আষর্ষণ কৰে। ইয়াৰ কাৰণ হ’ল মাধ্যাকর্ষণিক বল। বস্তু এটাই এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ
পৰিলে সেই গতিক মুক্ত অধােগমন বােলে।

4. মাধ্যাকর্ষণিক ত্বৰণ মানে কি বুজা?
উত্তৰঃ বস্তু এটা মাধ্যাৰ্ষণিক বলৰ বাবে তললৈ পৰিলে তাৰ লগত জড়িত ত্বৰণক মাধ্যাকর্ষণিক ত্বৰণ বােলে।

প্রশ্ন ;বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি? 

উত্তৰ: ভৰ আৰু ওজনৰ পাৰ্থক্যবােৰ হ’ল-

 

ভৰ
ওজন
ভৰ হল বস্তু
ওজন হল বস্কুৰ ওপৰত মধ্যাকৰ্ষণ বলে বস্তুটোক পৃথিৱীৰ কেন্দ্ৰৰফালে টনা বল।
2
He
3
Li
Scroll to Top

REGISTER NOW

👉 (Limited Seats Available) 👈

Thank You For Registering !

Our Team Will Reach You Soon