সময়
সময়
Class 10- Science Solutions
Class 10- English Solutions
Class 10- Maths Solutions
Class 10- Social Science Solutions
Class 10 (CBSE) - SYLLABUS
Class 10 (CBSE) - PYQ
উত্তৰ: সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।
উত্তৰ: কাৰ্যক্ষমতা অনুসৰি সময় ভাগ কৰা হয়।
উত্তৰ: যুগ, কল্প, শতাব্দী আদি সময়ৰ ডাঙৰ ভাগ।
উত্তৰ: সময়ৰ ক্ষুদ্ৰতম ভাগবোৰক দণ্ড, পল, অনুপল বোলে।
উত্তৰ: সময় বৃত্তাকাৰ গতিত ঘূৰে।
উত্তৰ: এলেহুৱা মানুহে সময়ৰ মূল্য নুবুজে। তেওঁৰ দিন কাম-কাজ নকৰাকৈয়ে পাৰ হৈ যায়।
উত্তৰ: সময়ৰ তুলনাত্মক ধাৰণা — ব্ৰহ্মাৰ দৃষ্টিত মানুহৰ দীৰ্ঘ সময়ও অতি ক্ষুদ্ৰ।
উত্তৰ: কাম কৰিলে সময়ৰ সঠিক গম পোৱা যায়। কাম নকৰিলে সময়ৰ মূল্য বুজা নাযায়।
উত্তৰ: নীলমণি ফুকন (জ্যেষ্ঠ) (১৮৮০-১৯৭৮) অসমীয়া সাহিত্যৰ প্ৰসিদ্ধ লেখক। তেওঁ সময় সম্পৰ্কে এই গদ্য টুকুৰা লিখিছে। তেওঁৰ লেখাত সময়ৰ মহত্ত্ব আৰু সদ্ব্যৱহাৰৰ কথা উল্লেখ কৰা হৈছে।
উত্তৰ: প্ৰাকৃতিক জগতৰ বিভিন্ন ঘটনা — সূৰ্য্যোদয়-সূৰ্যাস্ত, ঋতু পৰিৱৰ্তন, ফুল ফুলা, পখিলা ওলোৱা আদিয়ে সময় নিৰূপণ কৰাত সহায় কৰে।
উত্তৰ: নিয়মানুৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ জীৱনৰ দুটা গুৰুত্বপূৰ্ণ দিশ। নিয়মানুৰ্তিতা থাকিলেহে কাম কৰি সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰি। সময়ৰ সদ্ব্যৱহাৰে সফলতা আনে।
উত্তৰ: শক+আব্দ, শ্ৰী+কৃষ্ণ, শঙ্কৰ+আব্দ, চৈতন্য+আব্দ, লক্ষণ+আক্ত, কন্ন+আক্ত, কবি+ত্ত্ব, মনঃ+তাপ।
Study materials
- Refernce Books
- NCERT Solutions
- Syllabus
Send Us A Message
Latest posts

