গীত আৰু ছবি
গীত আৰু ছবি
Class 10- Science Solutions
Class 10- English Solutions
Class 10- Maths Solutions
Class 10- Social Science Solutions
Class 10 (CBSE) - SYLLABUS
Class 10 (CBSE) - PYQ
উত্তৰ: যিবোৰ গীত আৰু ছবি মনৰ ভাব প্ৰকাশ কৰিব নোৱাৰে, সেইবোৰক কোনেও ভাল নোবোলে।
উত্তৰ: যি কথা গীতৰ ৰূপত প্ৰকাশ পায়, সেই কথাই গভীৰভাৱে মনত প্ৰভাৱ পেলায় আৰু প্ৰাণ টানি ধৰে।
উত্তৰ: সৃষ্টিশীল গীত আৰু শিল্পকলা অজৰ-অমৰ।
উত্তৰ: যিবোৰ গীত আৰু ছবি সত্য আৰু সৌন্দৰ্য্য সম্পূৰ্ণৰূপে প্ৰকাশ কৰে, সেইবোৰক সকলোৱে ভাল বুলি কয়।
উত্তৰ: ‘আলাস’ শব্দৰ অৰ্থ আকাশ বা শূন্য।
উত্তৰ: ভাল গীত আৰু ছবিয়ে মানুহৰ মনক স্পৰ্শ কৰে। সৰু সৰু কথাও গীতৰ ৰূপত হ’লে প্ৰাণ টানি ধৰে। গছ-পাত আদিও ছবিৰ ৰূপত মনোমোহা হয়। সত্য আৰু সৌন্দৰ্য্যপূৰ্ণ গীত-ছবি সৰ্বজনীন আৰু অজৰ-অমৰ।
উত্তৰ: ছবিৰ মাজত গছ-পাত সজীবতা লাভ কৰে। শিল্পীৰ দৃষ্টিভংগী আৰু সৃষ্টিশীলতাৰ ফলত সেয়া অপূৰ্ব ৰূপত প্ৰকাশ পায়।
উত্তৰ: কবিতাটোত কবিয়ে গীত আৰু ছবিৰ মহত্ত্ব বৰ্ণনা কৰিছে। ভাল গীত-ছবি সৰ্বজনীন আৰু অমৰ। সেয়া মানুহৰ মনক স্পৰ্শ কৰে আৰু চিৰকাল বিৰাজ কৰে।
উত্তର: (ক) শিল্পীৰ সৃষ্টিশীলতাই সামান্য বস্তুকো বিশেষ কৰি তোলে। গীত-ছবিৰ মাজত প্ৰাণ সঞ্চাৰ হয়। (খ) সৃষ্টিশীলতাৰ কোনো মৃত্যু নাই। ই সৰ্বব্যাপী আৰু বিভিন্ন ৰূপত প্ৰকাশ পায়।
উত্তৰ: জগত—পৃথিবী, উলাহ—আনন্দ, চকু—নয়ন, সৰু—ক্ষুদ্ৰ, ভাল—উত্তম, কাণ—কৰ্ণ।
উত্তৰ: মিহি—ডাঠ, প্ৰাণ—নিষ্প্ৰাণ, মৃত্যু—জন্ম, মূল—গৌণ, ক্ষুদ্ৰ—বৃহৎ।
Study materials
- Refernce Books
- NCERT Solutions
- Syllabus
Send Us A Message
Latest posts

