অন্ধবিশ্বাস আৰু কু-সংস্কাৰ
অন্ধবিশ্বাস আৰু কু-সংস্কাৰ
Class 10- Science Solutions
Class 10- English Solutions
Class 10- Maths Solutions
Class 10- Social Science Solutions
Class 10 (CBSE) - SYLLABUS
Class 10 (CBSE) - PYQ
উত্তৰ: সত্যৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা, অথচ অজ্ঞতাৰ কাৰণে প্ৰচাৰ কৰা মিছা বাতৰিক উৰাবাতৰি বোলে।
উত্তৰ: যি নীতি-নিয়ম, পৰম্পৰা সমাজৰ অগ্ৰগতিত বাধা হয় আৰু সময়োপযোগী নহয়, তাক কুসংস্কাৰ বোলে।
উত্তৰ: ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে।
উত্তৰ: ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়।
উত্তৰ: কলেৰা ৰোগত আক্ৰান্ত হৈছিল।
উত্তৰ: অন্ধবিশ্বাস হৈছে অযুক্তিক বিশ্বাস। ই সমাজত বিভ্ৰান্তি, অশান্তি, হিংসা, বৈষম্য আৰু অজ্ঞতাৰ সৃষ্টি কৰে। ই মানৱীয় মূল্যবোধক আঘাত কৰে।
উত্তৰ: (১) শিক্ষাৰ অভাৱ (২) অধ্যয়নবিমুখিতা (৩) নেতিবাচক দৃষ্টিভংগী (৪) স্বাৰ্থপৰ লোকৰ অপপ্ৰচাৰ (৫) সহজ উপায়ত সফল হোৱাৰ আকাংক্ষা (৬) মানসিক দৃঢ়তাৰ অভাৱ।
উত্তৰ: (১) শিক্ষা প্ৰসাৰ (২) বিজ্ঞানমনস্কতা বৃদ্ধি (৩) যুক্তিবাদী মন গঠন (৪) মাধ্যমৰ জৰিয়তে সজাগতা (৫) বিদ্যালয়ত পাঠ্যক্ৰমত অন্তৰ্ভুক্তি (৬) প্ৰচাৰ মাধ্যমৰ ব্যৱহাৰ।
উত্তৰ: (১) অজ্ঞতা (২) স্বাৰ্থ (৩) পৰম্পৰা (৪) বিজ্ঞানমুখিতা নথকা (৫) মানসিক দৌৰ্বল্য (৬) সামাজিক চাপ।
উত্তৰ: (ক) অন্ধবিশ্বাসে সমাজক পংগু কৰে। (খ) সংস্কাৰ জীৱনৰ অভ্যাস — কিন্তু সময়োপযোগী নহ’লে ই কুসংস্কাৰ হৈ পৰে। (গ) আনুষ্ঠানিক শিক্ষাৰ বাবে মানুহ শিক্ষিত হলেও জ্ঞান আহৰণত উদাসীন।
উত্তৰ: ইতিবাচক—নেতিবাচক, সৎ—অসৎ, সজাগ—অসজাগ, সম্প্ৰীতি—বিৰোধ, উচিত—অনুচিত, অভিশাপ—আশীৰ্বাদ।
Study materials
- Refernce Books
- NCERT Solutions
- Syllabus
Send Us A Message
Latest posts

